মৃগমৃগ-নাভি

মৃগ পহু (Assamese) [ Roman: mri.go po.hu]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-10-17
1. Animal(Common Noun-Common) any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷